পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৮৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
No edit summary
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<Poem>
<Poem>

ভাগৱত-তত্ত্ব
ভাগৱত-তত্ত্ব

নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্রৱসংযুতম্।

৭ নং শাৰী: ৭ নং শাৰী:
মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,
মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,
সকল নিগম কল্পতৰু &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তাৰ ফল মহা ভাগৱত

শুক মুখে আসি ভূমিত ভৈল বিদিত।
শুক মুখে আসি ভূমিত ভৈল বিদিত।
ৰসত চতুৰ যিটো জন &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কৃষ্ণৰ চৰণে দিয়া মন

পৰম সন্তোষে পিয়াক ফল-অমৃত।।
পৰম সন্তোষে পিয়াক ফল-অমৃত।।
বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্রন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্রৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল –

পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।

০০:১৯, ১৫ ছেপ্টেম্বৰ ২০১৫ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

                                             ভাগৱত-তত্ত্ব

               নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্রৱসংযুতম্।
               পিৱত ভাগৱতং ৰসমালয়ম মুহুৰহো ৰসিকা ভুৱি ভাবু কাঃ।।
          মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,
                সকল নিগম কল্পতৰু        তাৰ ফল মহা ভাগৱত
                           শুক মুখে আসি ভূমিত ভৈল বিদিত।
                 ৰসত চতুৰ যিটো জন        কৃষ্ণৰ চৰণে দিয়া মন
                          পৰম সন্তোষে পিয়াক ফল-অমৃত।।
               বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্রন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্রৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল –
                 পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।
                 গৃহীতচেতা ৰাজর্ষে আখ্যানং যদধীতৱান।।
                 তদহং তেহভিধাস্যামি মহাপোৰুষিকো ভৱান।
                  যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।
       ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, -
                  শুক নিগদতি পৰীক্ষিত        যদি আমি নিগুণত স্থিত তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
                  ককৰিলেক মোৰ বশ্য চিত্ত        ভাগৱত গ্রন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো মই আপুনে। তোমাত কহিবো সেহি শাস্ত্র তুমি আক শুনিবাৰ পাত্র মহাপুৰুষৰ সেৱক তুমি সম্প্রতি। ই শাস্ত্রত শ্রদ্ধা মাত্ৰকত মুকুন্দৰ পাদ-পঙ্কজত অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।। এই বাবেই শাস্ত্রত শ্ৰীমদ্ভাগৱতক প্রশংসা কৰি কোৱা হৈছে, - ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে। যাৱজ্ঞাগৱতং নৈ শ্রুয়তেহমৃতসাগৰঃ। অর্থাৎ - ভাৰত পুৰাণ আদি যত প্রকাশ কৰয় নান মত