পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানীৰ ৰূপ ভেদ। ঘুষ্ট-প্ৰস্তৰ পোৱা যায়; তাতে অনুম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধিত | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৭৯}} |
|||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
পানীৰ ৰূপ ভেদ। |
|||
⚫ | |||
অতি প্ৰাচীন কালৰ চিৰ-নিহাৰ-বাহুৰ দ্বাৰায় খনা হৈছিল। পৃথিবী |
অতি প্ৰাচীন কালৰ চিৰ-নিহাৰ-বাহুৰ দ্বাৰায় খনা হৈছিল। পৃথিবী |
||
কক্ষৰ কেন্দ্ৰ-বিভিন্নতা বৰ্তমান |
কক্ষৰ কেন্দ্ৰ-বিভিন্নতা বৰ্তমান কালতকৈ অলপ বাঢ়িলে, আ{{বঙালী ৰু}} |
||
কক্ষৰ প্ৰতি তাৰ মেৰু দণ্ড আৰু অলপ হেলনীয়া হলে, |
কক্ষৰ প্ৰতি তাৰ মেৰু দণ্ড আৰু অলপ হেলনীয়া হলে, আ{{বঙালী ৰু}} আমা |
||
লোকৰ গোলাৰ্দ্ধত জাৰ হবৰ সময়ত বৰ্তমান কালৰ দৰে পৃথিবী |
লোকৰ গোলাৰ্দ্ধত জাৰ হবৰ সময়ত বৰ্তমান কালৰ দৰে পৃথিবী |
||
ওচৰ নহৈ বৰং |
ওচৰ নহৈ বৰং সূৰ্য্যৰ পৰা দূৰ হলে, পৃথিবীত প্ৰধান কৈ উত্তৰ |
||
গোলাৰ্দ্ধত, জাৰ জহৰ বেচি তাৰতম্য হব; |
গোলাৰ্দ্ধত, জাৰ জহৰ বেচি তাৰতম্য হব; আ{{বঙালী ৰু}} তেতিয়া জাৰ |
||
কালিৰ চিৰ-নিহাৰ-বাহু বৰ্তমান কালৰ বিলাকত কৈ বহুত তললৈকে |
কালিৰ চিৰ-নিহাৰ-বাহু বৰ্তমান কালৰ বিলাকত কৈ বহুত তললৈকে |
||
নামি আহিব আৰু দীঘল হব যে তাৰ একো সন্দেহ নাই। যথাৰ্থতে |
নামি আহিব আৰু দীঘল হব যে তাৰ একো সন্দেহ নাই। যথাৰ্থতে |
||
এনে লৰ এসময়ত আছিল। |
এনে লৰ এসময়ত আছিল। |
||
বিজ্ঞান-বিৎ স্যৰ স্যি লায়েল চাহাবে জ্যোতিষৰ গণনা কৰি |
{{gap}}বিজ্ঞান-বিৎ স্যৰ স্যি লায়েল চাহাবে জ্যোতিষৰ গণনা কৰি |
||
কৈ গৈছে যে ২,১০,০০০ |
কৈ গৈছে যে ২,১০,০০০ হেজাৰ বছৰৰ পূৰ্ব্বে, ওপৰত কোৱা ভাৱটো |
||
পৃথিবীৰ আছিল। আৰু সেই সময়তে বহুত তললৈকে বৰ |
পৃথিবীৰ আছিল। আৰু সেই সময়তে বহুত তললৈকে বৰ |
||
বিস্তীৰ্ণ হৈ চিৰ-নিহাৰ- |
বিস্তীৰ্ণ হৈ চিৰ-নিহাৰ-বাহু নামিছিল আৰু যত {{SIC|বৰ্তমাণ|বৰ্তমান}} কালত |
||
নাই |
নাই ততো আছিল। এই দৰেই, জনা গল যে আগৰ দিনৰ পৰা |
||
পানীৰ সকলো |
পানীৰ সকলো {{বঙালী ৰূ}}পৰ ভিতৰত তুষাৰ আ{{বঙালী ৰু}} বৰফ {{বঙালী ৰূ}}পেই ভূমিৰ |
||
বৰকৈ |
বৰকৈ {{বঙালী ৰূ}}পান্তৰ কৰিছে। |
||
পৰ্বতৰ গড়া যদি বৰকৈ হেলনীয়া হয় তেন্তে দিনে দিনে |
{{gap}}পৰ্বতৰ গড়া যদি বৰকৈ হেলনীয়া হয় তেন্তে দিনে দিনে |
||
গোট খাই স্তুপাকাৰ |
গোট খাই স্তুপাকাৰ হোৱা বৰফে নিহাৰ-বাহু হৈ লাহে লাহে, নামি |
||
আহিবলৈ অপেক্ষা নকৰি যথেষ্ট |
আহিবলৈ অপেক্ষা নকৰি যথেষ্ট {{বঙালী ৰূ}}পে ডাঙ্গৰ আৰু গধুৰ হলেই |
||
পৰ্ব্বতৰ গড়াৰ ওপৰে অতি ভয়ঙ্কৰ শব্দ কৰি বাটত গছ আদি যি |
|||
থাকে সকলোৰে প্ৰলয় মিলাই, ভয়ানক বেগেৰে বাগৰি আহে। |
থাকে সকলোৰে প্ৰলয় মিলাই, ভয়ানক বেগেৰে বাগৰি আহে। |
||
বাগৰি অহা বৰফৰ দম বিলাকক হিম-শিলা কয়। এই কাৰণে |
বাগৰি অহা বৰফৰ দম বিলাকক হিম-শিলা কয়। এই কাৰণে |
||
পৰ্ব্বতীয়া ঠেক বাটে বা উপত্যকায় দি যোৱা বৰ ভয় জনক। এনে |
|||
ঠেক ঠাইত বায়ুৰ |
ঠেক ঠাইত বায়ুৰ সঞ্চালন নাই; সকলো নিষ্কম্প অলপ শব্দ কৰিলেই ওপৰৰ পৰা হুৰ-হুৰকৈ হিম-শিলা বিলাক খহি শব্দ কৰোতাক |
||
লেই ওপৰৰ পৰা দুৰ-হুৰকৈ হিম-শিলা বিলাক খহি শব্দ কৰোতাক |
১২:২০, ৮ মে' ২০২০ৰ সংস্কৰণ
ঘৃষ্ট-প্ৰস্তৰ পোৱা যায়; তাতে অনুমান হয় যে এই বিলাক উপত্যকা অতি প্ৰাচীন কালৰ চিৰ-নিহাৰ-বাহুৰ দ্বাৰায় খনা হৈছিল। পৃথিবী কক্ষৰ কেন্দ্ৰ-বিভিন্নতা বৰ্তমান কালতকৈ অলপ বাঢ়িলে, আরু কক্ষৰ প্ৰতি তাৰ মেৰু দণ্ড আৰু অলপ হেলনীয়া হলে, আরু আমা লোকৰ গোলাৰ্দ্ধত জাৰ হবৰ সময়ত বৰ্তমান কালৰ দৰে পৃথিবী ওচৰ নহৈ বৰং সূৰ্য্যৰ পৰা দূৰ হলে, পৃথিবীত প্ৰধান কৈ উত্তৰ গোলাৰ্দ্ধত, জাৰ জহৰ বেচি তাৰতম্য হব; আরু তেতিয়া জাৰ কালিৰ চিৰ-নিহাৰ-বাহু বৰ্তমান কালৰ বিলাকত কৈ বহুত তললৈকে নামি আহিব আৰু দীঘল হব যে তাৰ একো সন্দেহ নাই। যথাৰ্থতে এনে লৰ এসময়ত আছিল।
বিজ্ঞান-বিৎ স্যৰ স্যি লায়েল চাহাবে জ্যোতিষৰ গণনা কৰি কৈ গৈছে যে ২,১০,০০০ হেজাৰ বছৰৰ পূৰ্ব্বে, ওপৰত কোৱা ভাৱটো পৃথিবীৰ আছিল। আৰু সেই সময়তে বহুত তললৈকে বৰ বিস্তীৰ্ণ হৈ চিৰ-নিহাৰ-বাহু নামিছিল আৰু যত বৰ্তমাণ কালত নাই ততো আছিল। এই দৰেই, জনা গল যে আগৰ দিনৰ পৰা পানীৰ সকলো রূপৰ ভিতৰত তুষাৰ আরু বৰফ রূপেই ভূমিৰ বৰকৈ রূপান্তৰ কৰিছে।
পৰ্বতৰ গড়া যদি বৰকৈ হেলনীয়া হয় তেন্তে দিনে দিনে গোট খাই স্তুপাকাৰ হোৱা বৰফে নিহাৰ-বাহু হৈ লাহে লাহে, নামি আহিবলৈ অপেক্ষা নকৰি যথেষ্ট রূপে ডাঙ্গৰ আৰু গধুৰ হলেই পৰ্ব্বতৰ গড়াৰ ওপৰে অতি ভয়ঙ্কৰ শব্দ কৰি বাটত গছ আদি যি থাকে সকলোৰে প্ৰলয় মিলাই, ভয়ানক বেগেৰে বাগৰি আহে। বাগৰি অহা বৰফৰ দম বিলাকক হিম-শিলা কয়। এই কাৰণে পৰ্ব্বতীয়া ঠেক বাটে বা উপত্যকায় দি যোৱা বৰ ভয় জনক। এনে ঠেক ঠাইত বায়ুৰ সঞ্চালন নাই; সকলো নিষ্কম্প অলপ শব্দ কৰিলেই ওপৰৰ পৰা হুৰ-হুৰকৈ হিম-শিলা বিলাক খহি শব্দ কৰোতাক