ভেকোলাৰ সপোন
ভেকোলাই এদিন দেখিলে সপোন তাৰ আছে ছোন ৰজা হোৱা গুণ। পানীত মাছ গছত চৰাই মৌ মাখি ভোমোৰা ফুৰে গুণগুণাই।
(8)