পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভেকোলাৰ সপোন

ভেকোলাই এদিন
দেখিলে সপোন
তাৰ আছে ছোন
ৰজা হোৱা গুণ।
পানীত মাছ
গছত চৰাই
মৌ মাখি ভোমোৰা
ফুৰে গুণগুণাই।

(8)