পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতীৰ আছে
 ডাঙৰ গা
জিৰাবলৈ বিচাৰে
 গছৰ ছাঁ
বাঘ সিংহ
 ৰজা মাথো বননিত,
পাৰিবনে বাৰু
 তাৰদৰে থাকিব পানীত?

 

পানীতো পাৰে সি
 মাটিতো পাৰে
তেনে কিয়-
 এনেকে থাকে?

(৫)