পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উৰি অহা কপৌজনী
 দৰক্‌ মৰি ৰ’ল
কাজিয়া কৰা বেয়া কথা
 তাই কৈ গ'ল।

শুনি শালিকীয়ে
 দাঁত কৰচি
বোলে চুপ থাক
 থম ঢেঁটু মুচৰি।
ঘৰ চিৰিকাই লাজতে
 ক’লে চিঃ চিঃ চিঃ
পাতৰ আঁৰত বালিমাহীয়ে
 হাঁহে হিঃ হিঃ হিঃ॥
 ⸺⸺o⸺⸺

(৩)