ফুল
গোলাপ পাহি শুৱনি আলসুৱা ফুল গুটি গুটি বকুলৰ গোন্ধে আমোল মোল। গুটিমালী তগৰ পাহি- আৰু খৰিকাজাঁই তেনে সুবাস আৰু পাবলৈ নাই।
(১৭)