পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফুল

গোলাপ পাহি শুৱনি
 আলসুৱা ফুল
গুটি গুটি বকুলৰ
 গোন্ধে আমোল মোল।
গুটিমালী তগৰ পাহি-
 আৰু খৰিকাজাঁই
তেনে সুবাস আৰু
 পাবলৈ নাই।

(১৭)