পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গধুলি গোপাল আক’
 গধুলি ফুলে
ভেট পাহ ফুলি উঠে
 জোন ওলালে।
সূৰুযমুখী ঘূৰে
 বেলিৰ লগে লগে
শেৱালী সৰি পৰে
 দোক্ মোকালি হ’লে।

⸺⸺o⸺⸺

(১৮)