বিহু
বহাগত ব’হাগ বিহু বাজে ঢোল পেপা অকণিৰহঁতৰ হয় তত্ নইকিয়া। মাঘত মাঘ বিহু পিঠা-দৈ চিৰা।
মুখৰ সোৱাদ যিমান পাৰা খাবা৷ কাতি বিহুত হৰিনাম মাহ-প্ৰসাদ পাবা তুলসীৰ তলত বহি হৰি নাম গাবা।
⸺⸺o⸺⸺
(১০)