পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোলৈ চাছোন
 সুখৰ জীৱন,
খাঁও আৰু পাগলো
 কৰা নাই নে মন?
বছৰটোত হাল বাও
 মাথো দুমাহ,
মৰণাত দি থওঁ
 দুটামান পাক।
কথাশুনি ঘোৰাই
 মাৰিলে নিটাল,
কথাত কথা বাঢ়ে
 নমতাই ভাল।

⸺⸺o⸺⸺

(৯)