সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
বহল ব্যাকৰণ।

অ—কাৰান্ত অকৰ্ম্মক ৰ ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

ৰওঁ
ৰৈছোঁ
ৰলোঁ
ৰৈছিলোঁ
ৰলোঁহেঁতেন
ৰম

ৰৱ
ৰৈছ
ৰলি
ৰৈছিলি
ৰলিহেঁতেন
ৰবি

ৰোৱা
ৰৈছা
ৰলা
ৰৈছিলা
ৰলাহেঁতেন
ৰবা

ৰয়
ৰৈছে
ৰল
ৰৈছিলে
ৰলহেঁতেন
ৰব

অনুজ্ঞা।

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই


ৰবি

ৰোৱাঁ
ৰবা

ৰক, ৰওক
ৰব

আ—কাৰান্ত সকৰ্ম্মক গা ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত

গাওঁ
গাইছোঁ
গালোঁ
গাইছিলোঁ

গাৱ
গাইছ
গালি
গাইছিলি

গোৱা
গাইছা
গালা
গাইছিলা

গায়
গাইছে
গালে
গাইছিলে