পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৭
বহল ব্যাকৰণ।
কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

পৰিলোঁ
পৰিছিলোঁ
পৰিলোহেঁতেন
পৰিম

পৰিলি
পৰিছিলি
পৰিলিহেঁতেন
পৰিবি

পৰিলা
পৰিছিলা
পৰিলাহেঁতেন
পৰিবা

পৰিলে
পৰিছিলে
পৰিলেহেঁতেন
পৰিব

অনুজ্ঞা।

নিত্যবৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই

পৰ
পৰিবি

পৰাঁ
পৰিবা

পৰক, পৰোক
পৰিব

অ-কাৰান্ত সকৰ্ম্মক ক ধাতু।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

কওঁ
কৈছোঁ
কৈলোঁ
কৈছিলোঁ
কলোঁহেঁতেন
কম

কৱ
কৈছ
কলি
কৈছিলি
কলিহেঁতেন
কবি

কোৱা
কৈছা
কলা
কৈছিলা
কলাহেঁতেন
কবা

কয়
কৈছে
কলে
কৈছিলে
কলেহেঁতেন
কব

অনুজ্ঞা।

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই


কবি

কোৱাঁ
কবাঁ

কক, কওক
কব