পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯
বহল ব্যাকৰণ।
কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

সাম্ভব্য ভূত
ভবিষ্যৎ

গালোহেঁতেন
গাম

গালিহেঁতেন
গাবি

গালাহেঁতেন
গাবা

গালেহেঁতেন
গাব

অনুজ্ঞা।

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই

গা
গাবি

গোৱাঁ
গাবা

গক, গাওক
গাব

আ—কাৰান্ত অকৰ্ম্মক যা ধাতু।

 যা ধাতু স্বৰূপ বৰ্ত্তমান, পূৰ্ণ ভূত, আৰু অপূৰ্ণ ভূত কালত গৈ হয়, স্বৰূপ ভূত আৰু সাম্ভব্য ভূত কালত গ হয়, আৰু সেই বিভক্তি বিলাকৰ আদিৰ ই লোপ হয়।

কাল ১ম পু: ২য় পু: ৩য় পু:
অনাদৰত আদৰত

নিত্য বৰ্ত্তমান
স্বৰূপ বৰ্ত্তমান
স্বৰূপ ভূত
অপূৰ্ণ ভূত
সাম্ভব্য ভূত
ভবিষ্যৎ

যাওঁ
গৈছোঁ
গলোঁ
গৈছিলোঁ
গলোঁহেঁতেন
যাম

যাৱ
গৈছ
গলি
গৈছিলি
গলিহেঁতেন
যাবি

যোৱা
গৈছা
গলা
গৈছিলা
গলাহেঁতেন
যাবা

যায়
গৈছে
গল
গৈছিলে
গলহেঁতেন
যাব

অনুজ্ঞা।

নিত্য বৰ্ত্তমান
ভবিষ্যত

১ম পু: নাই
নাই

যা
যাবি

যোৱাঁ
যাবা

যাক, যক, যাওক
যাব