এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
বহল ব্যাকৰণ।
অ—কাৰান্ত অকৰ্ম্মক ৰ ধাতু।
| কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
| অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
ৰওঁ |
ৰৱ |
ৰোৱা |
ৰয় | ||
| অনুজ্ঞা। | ||||||
নিত্য বৰ্ত্তমান |
১ম পু: নাই |
ৰ |
ৰোৱাঁ |
ৰক, ৰওক | ||
আ—কাৰান্ত সকৰ্ম্মক গা ধাতু।
| কাল | ১ম পু: | ২য় পু: | ৩য় পু: | |||
| অনাদৰত | আদৰত | |||||
নিত্য বৰ্ত্তমান |
গাওঁ |
গাৱ |
গোৱা |
গায় | ||