এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
২৩
সম্পূৰ্ণ আৰ্য্যা
১০ মিলিলিটাৰত |
১ ছেণ্টিলিটাৰ। |
জুলীয়া বস্তু জোখা পাত্ৰ সমূহ -
পিয়লা বা মগৰ আকাৰৰ পাত্ৰ-
এইবিধ এলুমিনিয়ামৰ পিয়লা বা মগৰ আকাৰৰ গাত হাতোৰা লগোৱা পাত্ৰ।
ইয়াৰ পৰিমাণ হ'ল−
২০ মিলি লিটাৰ, ৫০ মিলি লিটাৰ, ১০০ মিলি লিটাৰ, ২০০ মিলি লিটাৰ, ৫০০ মিলি লিটাৰ, ১ লিটাৰ, ২ লিটাৰ।
নতুন চতুৰ্থ মান
শ্ৰেণীৰ বাবে−
(কালি পৰিমাণৰ আৰ্যা)
আৰ, হেক্টাৰ
মাটি কালিৰ দীঘল পুতল জুখি উলিওৱাৰ মূল একক