পৃষ্ঠা:নতুন ধাৰাপাত.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
নতুন ধাৰাপাত
 


গ্ৰাম কিলোগ্ৰামৰ আৰ্য্যা

১০০০ মলিগ্ৰামে
১০০০ গ্ৰামে
১০০ কিলোগ্ৰামে
১০ কুইণ্টল বা ১০০০ কিলোগ্ৰামে

   

১ গ্ৰাম।
১ কিলোগ্ৰাম।
১ কুইণ্টল।
১ মেট্ৰিক টন।

সম্পূৰ্ণ আৰ্য্যা—

১০০০ মাইক্ৰ গ্ৰামত
১০ মিলিগ্ৰামত
১০ চেণ্টিগ্ৰামত
১০ ডেচিগ্ৰামত
১০ গ্ৰামত
১০ ডেকা গ্ৰামত
১০ হেক্টো গ্ৰামত
১০ কিলোগ্ৰামত
১০ মিৰিয়গ্ৰামত
১০ কুইণ্টলত

   

১ মিলিগ্ৰাম।
১ ছেণ্টিগ্ৰাম।
১ ডেচিগ্ৰাম।
১ গ্ৰাম।
১ ডেকা গ্ৰাম।
১ হেক্টো গ্ৰাম।
১ কিলোগ্ৰাম।
১ মিৰিয়গ্ৰাম।
১ কুইণ্টল।
১ মেট্ৰিকটন।

লিটাৰ

 জুলীয়া বস্তুৰ আয়তনৰ হিচাপত “লিটাৰ” ব্যৱহাৰ কৰা হয়।

১০০০ মিলিমিটাৰে
১০০০ লিটাৰে

   

১ লিটাৰ।
১ কিলোলিটাৰ।