পৃষ্ঠা:নতুন ধাৰাপাত.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
২৩
 

সম্পূৰ্ণ আৰ্য্যা

১০ মিলিলিটাৰত
১০ ছেণ্টিলিটাৰত
১০ ডেচিলিটাৰত
১০ লিটাৰত
১০ ডেকা লিটাৰত
১০ হেক্টো লিটাৰত

   

১ ছেণ্টিলিটাৰ।
১ ডেচিলিটাৰ।
১ লিটাৰ।
১ ডেকা লিটাৰ।
১ হেক্টোলিটাৰ।
১ কিলোলিটাৰ।

জুলীয়া বস্তু জোখা পাত্ৰ সমূহ -

 পিয়লা বা মগৰ আকাৰৰ পাত্ৰ-

 এইবিধ এলুমিনিয়ামৰ পিয়লা বা মগৰ আকাৰৰ গাত হাতোৰা লগোৱা পাত্ৰ।

 ইয়াৰ পৰিমাণ হ'ল−

 ২০ মিলি লিটাৰ, ৫০ মিলি লিটাৰ, ১০০ মিলি লিটাৰ, ২০০ মিলি লিটাৰ, ৫০০ মিলি লিটাৰ, ১ লিটাৰ, ২ লিটাৰ।

নতুন চতুৰ্থ মান
শ্ৰেণীৰ বাবে−

(কালি পৰিমাণৰ আৰ্যা)
আৰ, হেক্টাৰ

মাটি কালিৰ দীঘল পুতল জুখি উলিওৱাৰ মূল একক