পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
নতুন ধাৰাপাত
 

হ'ল – আৰ্। দীঘে ১০ মিটাৰ আৰু পুতলে ১০ মিটাৰ ধৰি পূৰণ কৰিলে যি কালি পোৱা যায় তাকেই আৰ্ বোলা হয়।

১ বৰ্গ মিটাৰে   ১ ছেণ্টি আৰ্।
১০০ বৰ্গ মিটাৰ
 বা ১ আৰ্।
১০০ ছেণ্টি আৰে
১০০ আৰে  ১ হেক্টাৰ।

দশমিক (*) বিন্দুদি টকা পইচা লিখাৰ দৰে হেক্টাৰ আৰু আৰ ও সেইদৰে লিখা হয়। ১৪ হেক্টাৰ ৫ আৰ লিখোতে এইদৰে লিখা হয় – ১৪.০৫ হেক্টাৰ। দশমিক বিন্দুৰ বাওঁফালে থকা সংখ্যাক হেক্টাৰআৰু সোফালে থকা সংখ্যাক আৰ বুলি পঢ়িব লাগে।

কাল পৰিমাণৰ আৰ্যা

( চেকেণ্ড মিণিট )

৬০ চেকেণ্ড ১ মিণিট।
৬০ মিণিটে ১ ঘণ্টা।
২৪ ঘণ্টাত ১ দিন।