অভ্যাসবিধিঃ
- আৰামত ওপৰমুৱাকৈ শুব লাগে, হাত দুখন
গাৰ দুয়ােকাষে ৰাখি ভৰি কোমলকৈৰাখিব লাগে।
- উশাহ লৈ লাহে লাহে ভৰি দুটা লগ লগাই
ওপৰলৈ ৩০° কোণত উঠাব লাগে যাতে আঁঠুৰভাজনহয়।
- এইদৰে সাধাৰণভাৱে উশাহ নিশাহত
অৱস্থাবজাইৰাখিব লাগে। উশাহ এৰি লাহে লাহে ভৰি নমাই আনিব লাগে।
- এনেদৰে পুনৰবাৰকৰিব পাৰে।
স্থিতিঃশবাসন অভ্যাসবিধিঃ
- দুয়ােখন ভৰি কোচাই আনি গােৰােহা
অঞ্চলতপিনাৰকাষতৰাখিব লাগে।
- দুয়ােহাতেৰে দুয়ােভৰিৰ সৰু গাঁঠিৰ
অঞ্চলত দৃঢ়ভাৱে ধৰিব লাগে।
- উশাহ লৈ লাহে লাহে কমৰ ভাগ ওপৰলৈ
যিমান পাৰি উঠাই দিব আৰু দলংৰ দৰে আকৃতিকৰিব।
- সাধাৰণভাৱেউশাহনিশাহত থাকি ১০-৩০
ছেকেণ্ডৰব।
- উশাহ এৰি লাহে লাহে আগৰ অৱস্থালৈ
আহিশৱাসনত আৰামল'ব। বিঃদ্রঃ
- এই আসনৰ পূৰ্ণ অৱস্থাত কান্ধ আৰু ডিঙি
ভু-পৃষ্ঠতলাগি থাকিব। পুৰ্ণ অৱস্থাত যদি প্রয়ােজন হয়, হাতেৰে ককালত ধৰিব পাৰিব। উপকাৰিতাঃ
- হতাশ, দুর্বলভাৱ দূৰ কৰে আৰু ককালৰ
মাংসপেশীসবলকৰে।
- পেটৰ অংগৰ ক্ষমতা বৃদ্ধি হয় আৰু
বদহজম, কোষ্ঠকাঠিন্য দূৰকৰে। সাৱধানতাঃ হার্ণিয়া, পেটৰ ঘাঁ থাকিলে আৰু গৰ্ভাৱস্থাৰ আগৰ অৱস্থাতকৰিব নালাগে। tatua (Uttanapodosana): উত্তনা মানে ওপৰলৈ উঠোৱা কাৰ্য আৰু পদ মানে ভৰি। এই আসনত ভৰি দুখন ওপৰলৈ উঠাই দিয়াহয় ওপৰমুৱাকৈ শুই। উপকাৰিতাঃ
- এই আসনেনাভিচক্ৰৰসমতাবজাইৰাখে।
- পেটৰ বিষ, বায়ু প্রদাহ, বদহজম আৰু
হাগনিকমাতসহায়কৰে।
- পেটৰমাংসপেশীসবলকৰে।
- স্নায়ু সম্বন্ধীয় উদ্বিগ্নতা দূৰীকৰণত সহায়
কৰে।
- শ্বসন ক্রিয়া আৰু হাওঁফাওঁৰ ক্ষমতা সবল
সাৱধানতাঃ উচ্চৰক্তচাপ থকা ব্যক্তিসকলে এখন এখন ভৰি দাঙি কৰিব পাৰিব কিন্তু কুম্ভকত থাকিনালাগে। ১৪৯