পৃষ্ঠা:Su swasthyar aadhar.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অভ্যাসবিধিঃ

  • আৰামত ওপৰমুৱাকৈ শুব লাগে, হাত দুখন

গাৰ দুয়ােকাষে ৰাখি ভৰি কোমলকৈৰাখিব লাগে।

  • উশাহ লৈ লাহে লাহে ভৰি দুটা লগ লগাই

ওপৰলৈ ৩০° কোণত উঠাব লাগে যাতে আঁঠুৰভাজনহয়।

  • এইদৰে সাধাৰণভাৱে উশাহ নিশাহত

অৱস্থাবজাইৰাখিব লাগে। উশাহ এৰি লাহে লাহে ভৰি নমাই আনিব লাগে।

  • এনেদৰে পুনৰবাৰকৰিব পাৰে।

স্থিতিঃশবাসন অভ্যাসবিধিঃ

  • দুয়ােখন ভৰি কোচাই আনি গােৰােহা

অঞ্চলতপিনাৰকাষতৰাখিব লাগে।

  • দুয়ােহাতেৰে দুয়ােভৰিৰ সৰু গাঁঠিৰ

অঞ্চলত দৃঢ়ভাৱে ধৰিব লাগে।

  • উশাহ লৈ লাহে লাহে কমৰ ভাগ ওপৰলৈ

যিমান পাৰি উঠাই দিব আৰু দলংৰ দৰে আকৃতিকৰিব।

  • সাধাৰণভাৱেউশাহনিশাহত থাকি ১০-৩০

ছেকেণ্ডৰব।

  • উশাহ এৰি লাহে লাহে আগৰ অৱস্থালৈ

আহিশৱাসনত আৰামল'ব। বিঃদ্রঃ

  • এই আসনৰ পূৰ্ণ অৱস্থাত কান্ধ আৰু ডিঙি

ভু-পৃষ্ঠতলাগি থাকিব। পুৰ্ণ অৱস্থাত যদি প্রয়ােজন হয়, হাতেৰে ককালত ধৰিব পাৰিব। উপকাৰিতাঃ

  • হতাশ, দুর্বলভাৱ দূৰ কৰে আৰু ককালৰ

মাংসপেশীসবলকৰে।

  • পেটৰ অংগৰ ক্ষমতা বৃদ্ধি হয় আৰু

বদহজম, কোষ্ঠকাঠিন্য দূৰকৰে। সাৱধানতাঃ হার্ণিয়া, পেটৰ ঘাঁ থাকিলে আৰু গৰ্ভাৱস্থাৰ আগৰ অৱস্থাতকৰিব নালাগে। tatua (Uttanapodosana): উত্তনা মানে ওপৰলৈ উঠোৱা কাৰ্য আৰু পদ মানে ভৰি। এই আসনত ভৰি দুখন ওপৰলৈ উঠাই দিয়াহয় ওপৰমুৱাকৈ শুই। উপকাৰিতাঃ

  • এই আসনেনাভিচক্ৰৰসমতাবজাইৰাখে।
  • পেটৰ বিষ, বায়ু প্রদাহ, বদহজম আৰু

হাগনিকমাতসহায়কৰে।

  • পেটৰমাংসপেশীসবলকৰে।
  • স্নায়ু সম্বন্ধীয় উদ্বিগ্নতা দূৰীকৰণত সহায়

কৰে।

  • শ্বসন ক্রিয়া আৰু হাওঁফাওঁৰ ক্ষমতা সবল

সাৱধানতাঃ উচ্চৰক্তচাপ থকা ব্যক্তিসকলে এখন এখন ভৰি দাঙি কৰিব পাৰিব কিন্তু কুম্ভকত থাকিনালাগে। ১৪৯