পৃষ্ঠা:Su swasthyar aadhar.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ti

  • এতিয়া উশাহ এৰি আগৰ অৱস্থালৈ আহিব অভ্যাসবিধিঃ
  • মকৰাসনত থাকিব লাগে।
  • আকৌ হাত দুখন বুকুৰ কাষত ৰাখি * খুঁতৰি ভু-পৃষ্ঠত লগাই দুয়ােখন হাত উৰুৰ

কিলাকোটি ওপৰলৈ যিমান পাৰি উঠাব দুয়ােকাষত তলুৱা ওপৰমুৱাকৈ ৰাখিব লাগে। লাগে। ৫ উশাহ লৈ লাহে লাহে খুঁতৰি আৰু বুকু * উশাহ লৈ ভৰি দুখন ওপৰলৈ উঠাব লাগে প্রদেশনাভিলৈকে উঠাবলাগে। নিজৰ সম্ভৱ অনুসাৰে আৰু আঁটু ভাজ খাব ইয়াকভূজঙ্গাসন বােলে। নালাগে। উশাহ এৰি লাহে লাহে খুঁতৰি ভু-পৃষ্ঠলৈ * বাহু দুটা সম্প্রসাৰণ কৰিব লাগে যাতে আনিবআৰুহাতৰ তলুৱা দুয়ােখনৰওপৰত দেহাটোয়ে সহজে ভূ-পৃষ্ঠত চাপ দি কৰিব ৰাখিআৰামত ভৰিদুখন মেলিদিবলাগে। পাৰে। বিঃদ্রঃ ভৰিদুখনকঠিনভাৱেৰাখিব লাগে যাতেকটি

  • এনেদৰে ১০-২০ ছেকেণ্ড উশাহ-নিশাহ

সাধাৰণভাৱে লৈ থাকিব। প্রদেশঅঞ্চলতচাপ বেছিকৈনপৰে। উশাহ এৰি ভৰিতললৈআনিব লাগে। উপকাৰিতাঃ শেষতমকৰাসনত আৰামকৰিব।

  • এই আসন মানসিক চাপৰ বাবে সহায়ক

বিঃদ্রঃ আঁঠুৰ ঘিলা অংশ সংকোচন কৰি তপিনা অংশ যিমান পাৰি সংকোচন কৰিব লাগে।

  • পেটৰ ছর্বি আৰু কোষ্ঠকাঠিন্য কমােত

এই আসন ভুজঙ্গাংসনৰ পাছত কৰিলে সহায়। অধিকসুফল পােৱা যায়।

  • এই আসনে ককালৰ বিষ আৰু শ্বাসজনিত

ৰােগমুক্তকৰাত সহায় কৰে। উপকাৰিতাঃ

  • চিয়েটিকাআৰুমৰ বিষৰবাবেলাভদায়ক

সাবধানতাঃ

  • যিসকলৰ পেটৰ অঞ্চলৰ অস্ত্রোপচাৰ কৰা
  • উৰু মাংসপেশী, তপিনা আৰু বৃক্ক প্রদেশ

শক্তিশালীকৰে। থাকে তেওঁলােকে ২-৩ মাহলৈকেনকবি।

  • উৰু আৰু তপিনাৰ চর্বি কমােত সহায়ক
  • হার্ণিয়া আৰু পেটৰ ঘাঁ আদিত ভূগি

থাকিলে এই আসননকৰিব।

  • হজমশক্তি বঢ়ায়।

শলভাসনঃ সাৱধানতাঃ শলভা মানে হ’ল লকষ্ট। এবিধ পােকজাতীয়

  • হৃদৰােগীসকলেএই আসননকৰিব।

প্ৰাণীৰনাম।

  • আৰু যিসকলে অতিপাত ককালৰ বিষ,

স্থিতিঃমকৰাসন উচ্চৰক্তচাপ, পেটৰ ঘাঁ আৰু হার্ণিয়াত ভূগি থাকে তেওঁলােকে কৰাটো বর্জনীয়। (ঘ) পিঠিতলকৰিইকআসন ও সেতুবন্ধআসনঃ সেতুমানে দলং। এই আসনৰ পূৰ্ণ অৱস্থা দলঙৰ দৰে হয় বাবে এই নামেৰে জনা যায়। আনহাতে কটুস্পদাসনবুলিও কয়। ১৪৮