পৃষ্ঠা:Su swasthyar aadhar.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পনমুক্তাসনঃ পৱন মানে বায়ু আৰু মুক্ত মানে খালি বা শুন্য। এই আসন পেটৰ বায়ু আৰু বদহজম দূৰ কৰিবলৈ অতি উপযােগী। স্থিতিঃশৱাসন অর্ধাহলাসনঃ অৰ্দ্ধমানে আধা আৰু হলা মানে খেতিৰ সজুলি নাঙল এই আসনৰ পূৰ্ণ অৱস্থাত নাঙলৰ দৰে হয় সেইবাবে এইনামৰখা হৈছে। অভ্যাসবিধিঃ

  • ওপৰমুৱাকৈ শুই হাত দুখনৰ তলুৱা

তলমুৱাকৈ গাৰ কাষত চিধাকৈ ৰাখিব লাগে।

  • লাহেলাহেভৰিদুখন ওপৰলৈউঠাবউশাহ

লৈ প্ৰথমে ৩০° কোণত লাহে লাহে ৬০ আৰু পূৰ্ণ অৱস্থা ৯০° লৈকে উঠিব। এই অৱস্থাক অহলাসন বােলে।

  • এনে অৱস্থাত কিছুসময় আৰামত থাকিব

লাগে। এতিয়া লাহে লাহে ভৰি ৯০° ৰ পৰা ভূ- পৃষ্ঠলৈ নমাৰ আৰু মন দিব যাতে মূৰ অংশ ওপৰলৈঠে। অভ্যাসবিধিঃ

  • শাসনত থাকিব।
  • উশাহ লৈ দুয়ােটা আঁঠু কোচাই উৰু বুকুৰ

ফালেআনিব লাগে।

  • দুয়ােটা হাতৰ আঙুলি লগলগাই আঁঠুৰ।

অলপতলত হেঁচাদি ধৰিব লাগে।

  • উশাহ এৰি মূৰ দাঙি খুঁতৰি অংশ আঁঠুত

লগাবলাগে।

  • ইয়াক পৱনমুক্তাসন বােলে৷
  • লাহে লাহে মূৰ আগৰ ঠাইলৈ নিব উশাহ

লৈ।

  • উশাহ এৰি ভৰি দুখন আগৰ অৱস্থাত মেলি

দিব। উপকাৰিতাঃ

  • বদহজমআৰু কোষ্ঠকাঠিন্য দূৰ কৰে।
  • অৰ্শৰােগ, মধুমেহ ৰােগ আৰু ডিঙিৰ

সমস্যাতবহুলভাৱেব্যৱহাৰহয়।

  • উচ্চৰক্তচাপত সাৱধানতা অবলম্বনকৰিলে

সুফল পােৱা যায়। ৫ শৱাসনত আৰামকৰিব। সাবধানতাঃ

  • ককালৰ বিষ থাকিলে দুয়ােখন ভৰি

একেলগেনকৰিব।

  • পেটৰ আঘাত আৰু হার্ণিয়া আদিত কৰিব

নালাগে। বিঃদ্রঃ

  • ভৰিৰ গতি বিধিৰ ওপৰত লক্ষ ৰাখি শ্বাস

প্রশ্বাসল’বলাগে।

  • যেতিয়া খুঁতৰি আঠুত লগােৱা হয়, তেতিয়া

ককালৰ অংশ টান পৰা অনুভৱ কৰিব আৰু ধ্যানককালৰ অংশত থাকিবচকুবন্ধৰাখি। ১৫০