সাৱধানতাঃ হৃদুৰােগ, ভেৰিকোচ ভেইন, মূৰ-ঘূৰণি সাৱধানতাঃ এই অভ্যাস সন্ধিবাত, মূৰ-ঘূৰণি আৰু থাকিলে আঙুলিৰ ওপৰত ভৰ দিবনালাগে। মেদবহুলতাব্যক্তিয়েকৰিব নালাগে। বৃক্ষাসন(গছৰআকৃতি)ঃ পদহস্তাসন(হাতআৰুভৰিৰকার্যপ্রক্রিয়া)ঃ বৃক্ষ মানে গছ। এই আসনত অন্তিম অৱস্থাত পদ মানে ভৰিআৰুহস্ত মানেহাত।গতিকে পদ- শৰীৰৰস্থিতি গছৰ দৰে হয় বাবে এই নাম দিয়া হস্তাসন মানে হাত দুখন ওপৰৰ পৰা ভৰিৰ ফাললৈ হৈছে। হলাইনিয়া।এইঅভ্যাসক উত্তনাসনও কয়। অভ্যাসবিধিঃ
- দুইইঞ্চিৰব্যৱধানতথিয় হ'বলাগে।
- দৃশ্যসম্মুখৰ ফালে থাকিব।
- উশাহ এৰি সোঁভৰিখন বাওঁ ভৰিৰ
ভিতৰফালে উৰুৰ ওপৰত স্থাপন কৰিব লাগে যাতে গােৰােহা অঞ্চল জননাংগ প্ৰদেশতলাগি থাকে।
- উশাহ লৈ হাতৰ তলুৱা দুখন লগ লগাই
ওপৰলৈনমস্কাৰভংগীত উঠাব লাগে।
- এনেদৰে সাধাৰণভাৱে উশাহ-নিশাহ লৈ
১০-৩০ ছেকেণ্ড থাকিবলাগে। অভ্যাসবিধিঃ লাহে লাহে উশাহ এৰি হাত, ভৰি তললৈ নামিব।
- ভৰি দুখন দুই ইঞ্চিৰ ব্যৱধানত ৰাখি থিয়
- শিথিলভাৱে পুনৰবাওঁভৰিকৰিব।
হ'ব লাগে। উশাহ লৈ লাহে লাহে হাত দুখন ওপৰলৈ উঠাব লাগে। ৫ যিমান পাৰি কঁকালৰ পিছফাললৈ হালি অলপমৰতচাপপ্রয়ােগকৰিব লাগে। এতিয়া উশাহ এৰি হাত দুখন তললৈ হলাই আনি থাকিব লাগে। হাত দুখন ভৰিৰ দুয়ােকাষে মাটিত স্পর্শ নােহােৱা পর্যন্ত উশাহ এৰি হালি আহিব লাগে।
- এনেদৰে ১০-৩০ ছেকেণ্ড থাকিব লাগে।
- যিসকলৰ পিঠি অঞ্চল বহুত কঠিন থাকে
তেওঁলােকে সামর্থ্য অনুসৰিকৰিব।
- এতিয়াউশাহ লৈলাহেলাহেহাতআৰুমূৰ
একে ৰেখাত ৰাখি মেৰুদণ্ডৰ পিছফালে অলপলিযাবলাগে।
- এতিয়া উশাহ এৰি পুনৰ হাত নমাই
আৰম্ভণিৰস্থিতিত আহিব। তাড়াচনত আৰামকৰিব। উপকাৰিতাঃ
- এই অভ্যাসে স্নায়ু, মাংসপেশীৰ সমতা
বজাই ৰাখে আৰু দেহৰ সুস্থিৰতা, সজাগতা আনে।
- ভৰিৰ মাংসপেশীআৰু পেশীতৰ কোছাৰ
(ligament)শক্তি যােগায়। ১৪১