পৃষ্ঠা:Su swasthyar aadhar.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপকাৰিতাঃ

  • এই অভ্যাসে মেৰুদণ্ড নমনীয় কৰে, হজম

শক্তি বঢ়ায়, কোষ্ঠকাঠিন্যত বাধা দিয়ে আৰু মহিলাৰমাহেকীয়াসমস্যা দূৰ কৰে। সাৱধানতাঃ পেটৰ বেমাৰ, গৰ্ভাৱস্থা, হার্নিয়া, চকুৰ অসুখ আদিৰ ৰােগীয়েকৰিব নালাগে। ৫ ডিঙিৰ মাংসপেশী শক্তিশালী হয় আৰু হাওঁফাওঁৰক্ষমতা বৃদ্ধি হয়।

  • চাৰভাইকেল স্পনডাইলাইটিচ ৰােগ দূৰ

কৰাত সহায়কহয়। সাৱধানতাঃ

  • মূৰ আচল্লাইকৰিলে এই আসননকৰিব।
  • উচ্চ ৰক্তচাপ থকা ব্যক্তিয়ে লাহে লাহে

সাৱধানতা অৱলম্বনকৰি কৰিব লাগে। ত্রিকোণাসনঃ ত্রিকোণৰ অর্থ তিনিটা কোণ (triangle)। এই আসনৰ পূৰ্ণ অৱস্থাত তিনিকোণৰ দৰে দেখা যায় বাবে এইনামেৰেজনাযায়। অর্ধচক্রাসনঃ অর্ধ মানে আধা, চক্র মানে চকৰি। এই অভ্যাসত দেহৰ আকৃতি আধা চকৰিৰ দৰে হয় বাবে অর্ধ চক্রাসন কোৱাহয়। অভ্যাসবিধিঃ ৫ কঁকালৰ অংশত আঙুলিৰে দুয়ােফালে ধৰি লৈপিছফালেহালিব লাগে।

  • যিমান পাৰি ডিঙিৰ ভাগ প্ৰসাৰণ কৰি মুৰ

পিছলৈহলাবলাগে।

  • উশাহ লৈ কটি প্রদেশ (lumber region)

অঞ্চললৈকে হলাই নিব লাগে আৰু উশাহ এৰিশিথিলহ’বলাগে।

  • এনেদৰে সাধাৰণভাৱে শ্বসন ক্রিয়া কৰি

১০-৩০ ছেকেণ্ড থাকিব লাগে।

  • উশাহ লৈ লাহে লাহে আগৰ অৱস্থাত

আহিবলাগে। অভ্যাসবিধিঃ

  • আৰামত ভৰি দুখন ২-৩ফুট ব্যৱধানত

ৰাখিবলাগে।

  • লাহে লাহে হাত দুখন ভু-পৃষ্ঠৰ

সমান্তৰালকৈগাৰদুয়ােকাষেউঠাবলাগে।

  • উশাহ এৰি সোঁহাতখন সোঁফাললৈ হলাই

নি সোঁ ভৰিৰ পতাৰ কাষত স্থাপন কৰিব লাগে।

  • বাঁওহাতখন সেকান্ধৰ সমান্তৰালকৈ

ওপৰলৈউঠাব লাগে।

  • বাওঁহাতৰ তলুৱাখনসম্মুখলৈঘুৰাব লাগে।
  • মূৰ ওপৰলৈ ঘূৰাই বাওঁহাতৰ মধ্যমা

আঙুলিতদৃষ্টিৰাখিব লাগে।

  • এনেদৰে ১০-৩০ ছেকেণ্ড উশাহ-নিশাহ

সাধাৰণভাৱে লৈ থাকিবলাগে।

  • পুনৰবাওঁফালে এনেদৰেকৰিব।

উপকাৰিতাঃ

  • এই অভ্যাসৰ দ্বাৰা মেৰুদণ্ড বিস্তাৰিত হয়,

অর্থাৎ নমনীয় হয় আৰু স্নায়ু শক্তিশালী ১৪২