পৃষ্ঠা:Su swasthyar aadhar.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাৱধানতাঃ হৃদুৰােগ, ভেৰিকোচ ভেইন, মূৰ-ঘূৰণি সাৱধানতাঃ এই অভ্যাস সন্ধিবাত, মূৰ-ঘূৰণি আৰু থাকিলে আঙুলিৰ ওপৰত ভৰ দিবনালাগে। মেদবহুলতাব্যক্তিয়েকৰিব নালাগে। বৃক্ষাসন(গছৰআকৃতি)ঃ পদহস্তাসন(হাতআৰুভৰিৰকার্যপ্রক্রিয়া)ঃ বৃক্ষ মানে গছ। এই আসনত অন্তিম অৱস্থাত পদ মানে ভৰিআৰুহস্ত মানেহাত।গতিকে পদ- শৰীৰৰস্থিতি গছৰ দৰে হয় বাবে এই নাম দিয়া হস্তাসন মানে হাত দুখন ওপৰৰ পৰা ভৰিৰ ফাললৈ হৈছে। হলাইনিয়া।এইঅভ্যাসক উত্তনাসনও কয়। অভ্যাসবিধিঃ

  • দুইইঞ্চিৰব্যৱধানতথিয় হ'বলাগে।
  • দৃশ্যসম্মুখৰ ফালে থাকিব।
  • উশাহ এৰি সোঁভৰিখন বাওঁ ভৰিৰ

ভিতৰফালে উৰুৰ ওপৰত স্থাপন কৰিব লাগে যাতে গােৰােহা অঞ্চল জননাংগ প্ৰদেশতলাগি থাকে।

  • উশাহ লৈ হাতৰ তলুৱা দুখন লগ লগাই

ওপৰলৈনমস্কাৰভংগীত উঠাব লাগে।

  • এনেদৰে সাধাৰণভাৱে উশাহ-নিশাহ লৈ

১০-৩০ ছেকেণ্ড থাকিবলাগে। অভ্যাসবিধিঃ লাহে লাহে উশাহ এৰি হাত, ভৰি তললৈ নামিব।

  • ভৰি দুখন দুই ইঞ্চিৰ ব্যৱধানত ৰাখি থিয়
  • শিথিলভাৱে পুনৰবাওঁভৰিকৰিব।

হ'ব লাগে। উশাহ লৈ লাহে লাহে হাত দুখন ওপৰলৈ উঠাব লাগে। ৫ যিমান পাৰি কঁকালৰ পিছফাললৈ হালি অলপমৰতচাপপ্রয়ােগকৰিব লাগে। এতিয়া উশাহ এৰি হাত দুখন তললৈ হলাই আনি থাকিব লাগে। হাত দুখন ভৰিৰ দুয়ােকাষে মাটিত স্পর্শ নােহােৱা পর্যন্ত উশাহ এৰি হালি আহিব লাগে।

  • এনেদৰে ১০-৩০ ছেকেণ্ড থাকিব লাগে।
  • যিসকলৰ পিঠি অঞ্চল বহুত কঠিন থাকে

তেওঁলােকে সামর্থ্য অনুসৰিকৰিব।

  • এতিয়াউশাহ লৈলাহেলাহেহাতআৰুমূৰ

একে ৰেখাত ৰাখি মেৰুদণ্ডৰ পিছফালে অলপলিযাবলাগে।

  • এতিয়া উশাহ এৰি পুনৰ হাত নমাই

আৰম্ভণিৰস্থিতিত আহিব। তাড়াচনত আৰামকৰিব। উপকাৰিতাঃ

  • এই অভ্যাসে স্নায়ু, মাংসপেশীৰ সমতা

বজাই ৰাখে আৰু দেহৰ সুস্থিৰতা, সজাগতা আনে।

  • ভৰিৰ মাংসপেশীআৰু পেশীতৰ কোছাৰ

(ligament)শক্তি যােগায়। ১৪১