পৃষ্ঠা:Su swasthyar aadhar.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • হৃদৰােগীয়ে সাৱধানতা অৱলম্বন কৰি যােগাসনঃ

কৰিব লাগে।

  • বেছি কঁকালৰ বিষ, ৰাজহাড়ৰ সমস্যা, (ক) থিয় হৈকৰাব্যায়ামঃ

অস্ত্রোপচাৰৰ পাছত আৰু মহিলাৰ তাড়াসনঃ তাড়াৰ অৰ্থ হ'ল পাহাৰ বা তাল ঋতুস্বাৱৰ সময়তকৰিবনালাগে। আৰু খেজুৰ জাতীয় গছ। এই আসন কৰিলে শৰীৰৰ দৃঢ়তা বাঢ়ে আৰু সকলে থিয় হৈ কৰা আসনৰ মুখ্য আধাৰস্বৰূপ। (ঘ) আঁঠুৰসঞ্চালনক্রিয়াঃ অভ্যাসবিধিঃ স্থিতিঃসমস্থিতি

  • দুই ইঞ্চিৰ সমান্তৰালত ভৰি ৰাখি থিয় হ'ব

অভ্যাসবিধিঃ লাগে। হাতৰ আঙুলি খাপ খুৱাই উশাহ লৈ হাত দুখন কান্ধৰ সমান্তৰালকৈ ওপৰমুৱাকৈ তলুৱা ঘূৰাই উশাহ লৈ হাত তলুৱাতলৰ ফালেৰাখিসন্মুখলৈ মেলি দিব দুখন ওপৰলৈউঠাব লাগে। লাগে। উশাহ এৰি আঁই দুয়ােটা ভাজ কৰি দিব লাগে।

  • শেষত হাত আৰু উৰু সমান্তৰালভাৱে

স্থাপনকৰিবলাগে।

  • আকৌউশাহ লৈআঁই পােনকৰিবলাগে।
  • উশাহ এৰি আকৌ আঁটু ভাঁজ কৰি হাত

তললৈনমাই আনিলাগে।

  • এনেদৰে ২বাৰতকৈ বেছিকৰিব।
  • দেহৰ সমান্তৰালকৈ লম্বভাৱে মূৰৰ ওপৰত

স্থাপনকৰিব লাগে।

  • এতিয়া ভৰিৰ আঙুলিত ভৰ দি গােৰােহা

অঞ্চল উঠাব লাগে। এনেদৰে ১০-১৫ ছেকেণ্ড থাকিব লাগে। এই অৱস্থাত আঁঠু, তপিনা আৰু উৰুৰ মাংসপেশী সংকোচন কৰিৰাখিব লাগে।

  • উশাহ এৰি গােৰােহানমালাগে।

হাততললৈনমাই আনি আঙুলিৰবন্ধন খুলি স্থিতিত আহিব লাগে। উপকাৰিতাঃ

  • এই আসনে দেহৰ স্থিৰতা আনে, স্নায়ুৰ

দুর্বলতাদূৰ কৰে।

  • উচ্চতা বৃদ্ধি হােৱাত সহায় কৰে।

বিঃদ্রঃ- উৰুসন্ধিআৰুআঁঠুৰসন্ধিশক্তিশালীহয়।

  • বেছিসন্ধিবাত হৈ থাকিলেকৰিব নালাগে।

১৪০