পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৯২৬
৮৬৫
নাম-ছন্দ

কৃষ্ণ কৃষ্ণ নাম জয় জয় ৰাম।
মধু-মুৰ-মথন মুৰাৰি হৰি ৰাম এ কৃষ্ণ কৃষ্ণ ৰাম।৷ ৯১৩
ৰাম কমলা-পতি তুমি অগতিৰ গতি।
ভকতি মিনতি তুতি  নজানো পামৰ-মতি।৷ ৯১৪
গোপাল জয় ৰাম  গোৱিন্দ জয় ৰাম॥ ৯১৫
গোপাল গোৱিন্দ  ৰাম কৃষ্ণ মুকুন্দ॥ ৯১৬
গোৱিন্দ গোৱিন্দ দেৱকী-নন্দন হৰি ৰাম নাৰায়ণ॥৯১৭
গোপাল গোৱিন্দ   মুকুন্দ ৰাম ৰাম। ৯১৮
হৰি ৰাম ছিৰীৰাম।
   জয় জয় ৰাম ৰাম।৷ ৯১৯
এ ৰাম জয় ৰাম জয় ৰাম জয় ৰাম
ও হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম॥১২০
শিৱ শিৱ শিৱ শিৱ শিৱ।
শিৱ সনাতন জগজীৱ॥ ৯২১
মাধৱ মাধৱ মাধৱ মধুৰিপু গোৱিন্দ কৃষ্ণ হৰি হৰি ৰাম॥ ৯২২
নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময়
মুৰাৰি এ হৰি হৰি ৰাম॥ ৯২৩
প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ॥ ৯২৪
হে হে পৰমগুৰু পুৰুষোত্তম হৰি পুৰুষোত্তম।
পুৰুষোত্তম পুৰুষোত্তম জয় পুৰুষোত্তম।৷ ৯২৫
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
   ৰাম কৃষ্ণ জয় নাৰায়ণ।৷ ৯২৬