পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


8 নামঘোষা বনমালী গােৱিন্দ ৰাম কৃষ্ণ হৰি ॥ ৯০১ জীৱেৰ জীৱন-ধন মুকুন্দ মুৰি নাৰায়ণ ১০২ ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰি এ হৰি নাৰায়ণ। ভকতজনৰ দুখ-ভয়-হাৰী এ হৰি নাৰায়ণ ॥ ৯০৩ শমা নাৰায়ণ নমাে নাৰায়ণ। নিৰঞ্জন নিৰাকাৰ নির্বিকাৰ নিৰাময় নৰোত্তম সম সনাতন ॥ ৯০৪ ৰাম হৃষীকেশ গােৱিন্দ হৃষীকেশ। ৯০৫ গােৱিন্দ ৰাম গােবিন্দ ৰাম। ৰাম কৃষ্ণ গােৱিন্দ ৰাম। ৯০৬ এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ ॥ ৯০৭ হৰি ৰাম কৃষ্ণ নাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। ৯০৮ ৰাম কৃষ্ণ ৰাম ও ৰাম নাৰায়ণ ॥ ১০১ জয় ৰাম কৃষ্ণ নাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ॥ ৯১০ ৰাম কৃষ্ণ ৰাম কৃষ্ণ শিৱ সনাতন। তুমিশে গােৱিন্দ ভকতৰ মহাধন। ৯১১ জয় হৰি ৰাম জয় ছিৰীৰাম। পম মাধৱৰ গুণ-নাম এ জয় হৰি ৰাম। ৯১২ ১১২১৩। এ-নাই।