পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মােৰা ৯২৬] নাশ কৃষ্ণ কৃষ্ণ নাম জয় জয় ৰাম। মধু-সুৰ-মথন মুৰাৰি হৰি ৰাম এ কৃষ্ণ কৃষ্ণ ৰাম । ৯১৩ ৰাম কমলা-পতি তুমি অগতিৰ গতি। ভকতি মিনতি তুতি নজানাে পামৰ-মতি। ৯১৪ গােপাল জয় ৰাম গােৱিন্দ জয় ৰাম ॥ ৯১৫ গােপাল গােৱিন্দ ৰাম কৃষ্ণ মুকুন্দ ॥ ৯১৬ গােৱিন্দ গােৱিন্দ দেৱকী-নন্দন হৰি ৰাম নাৰায়ণ ॥৯১৭ গােপাল গােৱিন্দ মুকুন্দ ৰাম ৰাম । ৯১৮ হৰি ৰাম হিৰীৰাম। জয় জয় ৰাম ৰাম। ৯১৯ এ নাম জয় ৰাম জয় ৰাম জয় ৰাম ও হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম ১২০ শিৱ শিৱ শিৱ শিৱ শিৱ। শিৱ সনাতন জগজীৱ ॥ ৯২১ মাধৱ মাধৱ মাধৱ মধুৰিপুগােৱিন্দ কৃষ্ণ হৰি হৰি ৰাম ৯২২ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময় মুৰি এ হৰি হৰি ৰাম ॥ ৯২৩ প্রাণ গােপাল দীনবন্ধু নাৰায়ণ ॥ ৯২৪ হে হে পৰমগুৰু পুৰুষােত্তম হৰি পুৰুষােত্তম। পুৰুষােম পুৰুষােত্তম জয় পুৰুষােত্তম। ৯২৫ ৰাম কৃষ্ণ নাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ জয় নাৰায়ণ। ৯২৬