এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৯
কুঁজীৰ বাঞ্ছা-পূৰণ
চন্দন-অৰ্পণ বিনে কুবুজাৰ
আন কিছু পুণ্য নাই।
এতেকতে কেন দেখিয়ো পৰম
প্ৰসাদ পাইলেক তাই॥
যিটো অনুক্ষণে শ্ৰৱণ-কীৰ্ত্তনে
ভজে এক চিত্ত কৰি।
তাহাৰ ভাগ্যক কহন নযায়
ডাকি বোলা হৰি হৰি॥ ১১
কুঁজীৰ বাঞ্ছা-পূৰণ সমাপ্ত॥ ১৩॥