এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
COM
কুঁজীৰ ৰা-পুৰ
চন্দন-অর্পণ
বিনে কুবুজাৰ
আন কিছু পুণ্য নাই।
এতেকতে কেন
দেখিয়াে পৰম
প্রসাদ পাইলেক তাই।
যিটো অনুক্ষণে
শ্ৰৱণ-কীর্তনে
ভজে এক চিত্ত কৰি।
তাহাৰ ভাগ্যক
কহন ন্যায়
কি বােলা হৰি হৰি। ১১
ফুলীৰ বাহ-পুৰণ সশান ১৩