পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


COM কুঁজীৰ ৰা-পুৰ চন্দন-অর্পণ বিনে কুবুজাৰ আন কিছু পুণ্য নাই। এতেকতে কেন দেখিয়াে পৰম প্রসাদ পাইলেক তাই। যিটো অনুক্ষণে শ্ৰৱণ-কীর্তনে ভজে এক চিত্ত কৰি। তাহাৰ ভাগ্যক কহন ন্যায় কি বােলা হৰি হৰি। ১১ ফুলীৰ বাহ-পুৰণ সশান ১৩