পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৰ মাৰ দেহ, ব্যৰ্থৰ সংসাৰ বেহ, এৰি মা মোমা পতিপুত্ৰ স্নান, মহা সতী সতীলোকে কৰিলে প্ৰয়াণ। পী বিভোগ পাচে উদাসীন হই, মিছিল গদাধৰ তে তুতে গই। ধৰ বৰফুকণে সানা বুনি মানে ৰাজ্যৰ কুশল হেতু ৰাজপাট লই অনুৰোধ কৰি পাচে আনে ৰা লই। পী অনুৰোধ স্মৰি, বংশ ৰক্ষণৰ, স্বদেশ ৰক্ষাৰ আৰু ৰাজ্য শাসনৰ মাকি হৈ গদাধৰে সৈন্ত সমে ফুকণেৰে গড়গাওঁলকে শাহে কৰি অভিধান মন্ত্ৰী সকলেও তাতে দিয়ে বোগদান। এই মতে সিংহাসন তে গদাধৰে, লৰাৰ পালনৰ তাতে ও পৰে। যোল-শ একাশি চল, ৰাইজৰ কও ক্ষণ; উপযুক্ত কোৱৰৰ হল ৰাজপাট, সিংহাসন লই আৰু গুচিশ বিভ্ৰাট।