সূচী আলোচনা:মৌ.pdf

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউৎসৰ পৰা

এইখন প্ৰকাশন পৰিষদে প্ৰকাশ কৰা সংকলনহে, মূল আলোচনীখন নহয়৷ ইয়াত সত্যেন্দ্ৰনাথ শৰ্মাৰ সুদীৰ্ঘ ভূমিকাও লিখা আছে৷ গতিকে কপিৰাইট ফ্ৰী নহয়৷ Gitartha.bordoloi (বাৰ্তা) ১১:০১, ৫ এপ্ৰিল ২০২৩ (IST)[উত্তৰ দিয়ক]

Gitartha.bordoloi:মৌ কাকতখন প্ৰথম প্ৰকাশ ১৮৮৬ তে। সম্পাদনাত সত্যেন্দ্ৰ নাথ শৰ্মাই মূল কাকত খন সম্পাদনা নকৰি অবিকল ৰূপত ৰাখিছোঁ বুলি লিখিছে। ভূমিকাত বলিনাৰায়ণ বৰাৰ বিষয়হে লিখিছে। ভূমিকাটো আঁতৰাই নতুন ফাইল এটা আলপ'ড কৰিব পৰা যাব নে? JyotiPN (বাৰ্তা) ১২:৫৩, ৫ এপ্ৰিল ২০২৩ (IST)JyotiPN[উত্তৰ দিয়ক]