সাঁচ:নিৰ্বাচিত লেখা/২০২৩/জানুৱাৰী

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

পঞ্চকবিতা
লেখক : বেণুধৰ ৰাজখোৱা


“'জীৱন-সঙ্গীত’, কবি Longfellow ৰ A psalm of Life ৰ আরু ‘দুদল সৈন্য’, বিখ্যাত লেখক Holmes ৰ Two Armies বৰ ভাঙ্গনি। অনুবাদত মূলৰ ৰস অনেক পৰিমাণে বিকৃত হয়। আমিও যে এই কথাৰ বাজ নহওঁ, তাক কোৱা বাহুল্য মাথোন। এই কবিতা দুটি বৰ চিকুণ আৰু উপদেশপূৰ্ণ। বিশেষকৈ, প্ৰথমটি অতি সুন্দৰ। তাৰ প্ৰত্যেক উপদেশ জীৱনৰ এটি তৰা।”