সমললৈ যাওক

সাঁচ:নিৰ্বাচিত লেখা

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

আসাম বুৰঞ্জী গুণাভিৰাম বৰুৱা ৰচিত এখন গ্ৰন্থ। এই গ্ৰন্থখনত প্ৰাচীন কালৰ অসমৰ পৰা আৰম্ভ কৰি ইংৰাজৰ শাসন পৰ্যন্ত ঘটনাৱলী বৰ্ণিত হৈছে। ইয়াৰ ৰচনাৰীতি সৰল আৰু গাম্ভীৰ্যপূৰ্ণ। আসাম বুৰঞ্জী ১৮৮৪ চনত প্ৰকাশিত হৈছিল।

কাপ্তান ওৱালিশ সাহাব এই দেশলৈ অহাৰ পাছত বঙ্গালদেশে সইতে গমনাগমনৰ পথ উত্তমৰূপে মুকলি হ’ল। কমলেশ্বৰ ৰজাৰ দিনত কেঁয়া আৰু বঙ্গালী মানুহে এই দেশৰ কোনো কোনো ঠাইত দোকান কৰিলে। তাৰো সংখ্যা অতি কম। ভুতৰ পুতেকৰ খবৰৰ সময়ত যোড়হাট নগৰত তিনিখন দোকানহে আছিল। তাৰে দুখন পৰশুৰাম দুৱাৰীয়াৰ ঘৰৰ। গুৱালপাড়াৰ সিপাৰে হাদীৰা চকীক বঙ্গালহাট বুলিছিল। উজনি আৰু ভাটীৰ যাবতীয় বেপাৰৰ বস্তু তাতে একত্ৰিত হইছিল। আৰু তাৰে বস্তুবিশেষে কৰ গ্ৰহণ কৰা হইছিল। সেই কৰ প্ৰদান নকৰিলে ইফালে সিফালে বস্তু নিব নোৱাৰে এই দেশ ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধীনলৈ অহাৰ পূৰ্ব্বে ই দেশলৈ লোণ, চেনি, যবক্ষাৰ, কাপোৰ, মণি প্ৰভৃতি বস্তু বঙ্গাল দেশৰ পৰা আহিছিল। আৰু এই দেশৰ পৰা হাতী দাঁত, মজাঠি, কপাহ, এড়ি, মুগা, পাট-সূতা প্ৰভৃতি বস্তু ভাটীৰ ফালে পঠোৱা হইছিল।


Usage

This template is designed to automatically switch between chosen works depending on the month. There is no requirement to edit this template, chosen texts should be added to the respective files (as the month) displayed below, and these files will be transcluded into place.

Default format for each page

<!--

-->{{featured download|**pagename**}}<!--

-->''"'''[[**pagename**]]'''"
(**short introductory statement**) [[Author:**name**|]].''
(**Summary statement about work**)

[[File:**selected image name**.jpg|150px|right]] <!--80px if portrait-->
<div style="margin-left: 2em; font-size: 0.88em;">
(**snippet of starting text of work**)
</div>
:('''[[**pagename**|Read on...]]''')

Note that each of these files is protected.