সাঁচ:নিৰ্বাচিত লেখা/২০২২/মাৰ্চ

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

সত্যনাথ বৰাৰ জীৱন চৰিত - লেখক : সৰ্বেশ্বৰ শৰ্মা কটকী, ১৯২৮


সত্যনাথ বৰাৰ জীৱন, কৰ্ম আৰু আদৰ্শ

“অসমীয়া সাহিত্যত সত্যনাথৰ আসন অতি ওখত। কি ৰচনা ৰীতিত, কি ভাষাৰ লালিত্যত, কি ভাবৰ গাম্ভীৰ্য্যত সকলোতে সত্যনাথৰ এটা নিজা সুকীয়া ব্যক্তিত্ব প্ৰকাশ পাইছে। অসমীয়া ভাষাৰ এনে শুদ্ধতা, নিৰ্ম্মলতা আৰু স্বাভাবিকতা ৰক্ষা কৰা অসমীয়া লিখক সত্যনাথে তেওঁৰ ৰচিত পুথিবোৰৰ পাতে পাতে সত্যনাথময় হৈ জিলিকি আছে। সত্যনাথ সদাই শুদ্ধতা আৰু নিৰ্ম্মলতাৰ পক্ষপাতী আছিল। তেওঁৰ এই শুদ্ধতা কি সাহিত্য চৰ্চ্চাত, কি গৃহস্থালী কামত, কি সামাজিক অৱস্থাত সকলোতে প্ৰতিফলিত হৈছিল।”