সাঁচ:নিৰ্বাচিত লেখা/২০২১/ছেপ্টেম্বৰ

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

সুৰ বিচাৰি বাৰ বছৰ - লেখক: উমেশ বৈশ্য , ২০১৫


প্ৰয়াত উমৈশ বৈশ্যৰ নিৰ্বাচিত প্ৰবন্ধ সংকলন

“সংগীত কলা, শিক্ষা ব্যৱস্থা, সাহিত্য এই তিনিটা বিষয়ৰ প্ৰবন্ধ সম্বলিত প্ৰয়াত উমেশ বৈশ্যৰ ’সুৰ বিচাৰি বাৰ বছৰ’ শীৰ্ষক প্ৰবন্ধ সংকলনখন সাহিত্যিক সমৃদ্ধতাৰ লগতে বিষয়বস্তুৰ ক্ষেত্ৰতো এক অভিনৱত্বৰ সূচক। লেখকৰ অধ্যয়নৰ বিস্তৃত পৰিমণ্ডল, ভাষিক সচেতনতা আৰু গদ্যশৈলীৰ প্ৰবাহে পঢ়ুৱৈৰ সংবেদনক জোকাৰি যোৱা দিশটোৰ প্ৰতি দৃষ্টি দি ক’ব পাৰি যে প্ৰচাৰৰ প্ৰতি উদাসীন প্ৰয়াত বৈশ্য আছিল অসমীয়া সংগীত-সাহিত্যৰ এগৰাকী নীৰৱ সাধক আৰু সামাজিক ঘটনা-পৰিঘটনাৰ সূক্ষ্ম পৰ্যবেক্ষক। তেখেতৰ প্ৰগতিশীল চিন্তা প্ৰতিটো প্ৰবন্ধই আপোনমনে কঢ়িয়াই লৈ ফুৰিছে।”