সদস্য বাৰ্তা:Nayan j Nath

ৱিকিউৎসৰ পৰা
(সদস্য বাৰ্তা:নয়ন জ্যোতি নাথৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

Gitartha.bordoloi (talk) ০৯:২৩, ১২ মে' ২০১৯ (IST)

ৱিকিউৎস পদক[সম্পাদনা কৰক]

Original Barnstar.png উদীয়মান সম্পাদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে এগৰাকী নতুন সদস্য হিচাপে আপুনি যোৱা মাহত অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা বৰঙণিলৈ চাই আপোনাক "উদীয়মান সম্পাদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

Gitartha.bordoloi (talk) ১২:০২, ৩১ May ২০১৯ (IST)

Indic Wikisource Proofreadthon[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

নয়ন,

৫২
ঊষা–হৰণ

এনেকৈ হেডাৰ ব্যবহাৰ কৰিব।ধন্যবাদ

অনামিকা(চুমু) বড়া (talk) ১৮:০৮, ২ May ২০২০ (IST)

ফৰ্মেটিং[সম্পাদনা কৰক]

মূল অংশৰ সম্পূৰ্ণ পাঠ্য গাঢ় কৰাৰ প্ৰয়োজন নাই। সাধাৰণতে শিৰোনাম, অধ্যায় এইবোৰহে গাঢ়কৈ থাকে। "জ্ঞান-মালিনী.djvu/৬১"ৰ পৰা কেইপৃষ্ঠামান সামান্য ভুলকৈ বৈধ কৰা হৈছে। সদ্যহতে শুধৰাই দিম। Gitartha.bordoloi (talk) ১৭:১৯, ৯ May ২০২০ (IST)

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক[সম্পাদনা কৰক]

Resilient Barnstar.png ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:১৭, ৩১ May ২০২০ (IST)