সদস্য:Boranitul/লভিতা
অৱয়ব
লভিতা |
---|
|
চৰিত্ৰসমূহ
[সম্পাদনা কৰক]- ভাওবিলাক
- তিৰোতা
- লভিতা : ফুলগুৰি গাঁৱৰ খেতিয়ক বাণেশ্বৰ বৰুৱাৰ জীয়েক। শিক্ষিতা, ধুনীয়া
- সোণ : ফুলগুৰি গাঁৱৰ গাভৰু ছোৱালী
- ৰূপ: ফুলগুৰি গাঁৱৰ গাভৰু ছোৱালী
- হীৰা: ফুলগুৰি গাঁৱৰ গাভৰু ছোৱালী
- মৌজাদাৰণী: লহৰজান মৌজাৰ মৌজাদাৰৰ ভাৰ্যা।
কেইজনীমান অসমীয়া নাৰ্ছ, নগা-ছোৱালী, ব্ৰহ্মদেশীয় ছোৱালী।
- মুনিহ
- বাণেশ্বৰ বৰুৱা: লভিতাৰ বাপেক।
- গোলাপ: ফুলগুৰি গাঁৱৰ এজন শিক্ষিত ডেকা এ আৰ পি কেপ্টেইন।
- পুলিচ চাহাব
- পুলিচ ইন্সপেক্টৰ
- পুলিচ এ এচ আই
- এ আৰ পি অফিচাৰ: গোলাঘাট অঞ্চলৰ
- গাওঁবুঢ়া: লহৰজান মৌজাৰ
- মৌজাদাৰ: লহৰজানৰ
- ইলাহীবকছ্:এজন লহৰজানৰ মুছলমান বুঢ়া
- লেফটেনেণ্ট বৰুৱা: আজাদ হিন্দ ফৌজৰ অসমীয়া লেফটেনেণ্ট
- ডাক্তৰ হাজৰিকা: জাপানীয়ে ধৰি নিয়া এজন ডাক্তৰ
- কেপ্টেইন শৰ্মা:এজন আসাম ৰেজিমেণ্টৰ অফিচাৰ
- শিখ কামাণ্ডাৰ: আজাদ হিন্দ ফৌজৰ কামাণ্ডাৰ
- নিগ্ৰো সৈন্য, ভাৰতীয় সৈন্য, কংগ্ৰেছ ভলেণ্টিয়াৰ, এ আৰ পি; গাঁৱলীয়া মুনিহ-তিৰোতাবোৰ, পাইলট, নগা-মানুহ আৰু বৰ্মা জাপানী সৈন্য, আমোলা-ঠিকাদাৰ, মাৰোৱাৰী ব্যৱসায়ী, পুলিচ, দাৰোগা, এম পি ইত্যাদি।
প্ৰথম অঙ্ক
[সম্পাদনা কৰক]- প্ৰথম দৰ্শন, ঠাই-লহৰজান মৌজাৰ ফুলগুৰি গাঁও
সময়-সন্ধিয়াৰ আগভাগ
- দ্বিতীয় দৰ্শন
- তৃতীয় দৰ্শন
দ্বিতীয় অঙ্ক
[সম্পাদনা কৰক]- প্ৰথম দৰ্শন
- দ্বিতীয় দৰ্শন
তৃতীয় অঙ্ক
[সম্পাদনা কৰক]- প্ৰথম দৰ্শন
- দ্বিতীয় দৰ্শন
চতুৰ্থ অঙ্ক
[সম্পাদনা কৰক]- প্ৰথম দৰ্শন
- দ্বিতীয় দৰ্শন
পঞ্চম অঙ্ক
[সম্পাদনা কৰক]- প্ৰথম দৰ্শন
- দ্বিতীয় দৰ্শন
- তৃতীয় দৰ্শন
- চতুৰ্থ দৰ্শন