লেখক:মাধৱ কন্দলি
অৱয়ব
| ←লেখকৰ তালিকা | মাধৱ কন্দলি (১৪০০–১৪৮০) |
| মাধৱ কন্দলি ১৪ শতিকাৰ কছাৰী ৰজা মহামাণিক্যৰ ৰাজসভাৰ এজন কবি। মাধৱ কন্দলিয়ে উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ "কথা ৰামায়ণ" নামেৰে অনুবাদ কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলিক "অপ্ৰমাদী কবি" আখ্যা দিছিল। |
কাব্য
[সম্পাদনা কৰক]- দেৱজিত (অনুমানিক)
- সপ্তকাণ্ড ৰামায়ণ