লেখক:মাধৱ কন্দলি

ৱিকিউৎসৰ পৰা
(লেখক:মাধব কন্দলিৰ পৰা পুনঃনিৰ্দেশিত)
মাধৱ কন্দলি
(১৪০০–১৪৮০)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক মাধৱ কন্দলি ১৪ শতিকাৰ কছাৰী ৰজা মহামাণিক্যৰ ৰাজসভাৰ এজন কবি। মাধৱ কন্দলিয়ে উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ "কথা ৰামায়ণ" নামেৰে অনুবাদ কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলিক "অপ্ৰমাদী কবি" আখ্যা দিছিল।

কাব্য[সম্পাদনা কৰক]

কবিতা[সম্পাদনা কৰক]