সমললৈ যাওক

লেখক:কমলাকান্ত ভট্টাচাৰ্য্য

ৱিকিউৎসৰ পৰা
কমলাকান্ত ভট্টাচাৰ্য্য
(১৮৫৪–১৯৩৬)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক কমলাকান্ত ভট্টাচাৰ্য্য (১৮৫৩-১৯৩৬) অসমীয়া সাহিত্যৰ অৰুণোদই যুগৰ এগৰাকী কবি আৰু প্ৰবন্ধকাৰ। অৰুণোদই, আসাম নিউজ, আসাম বন্ধু, জোনাকী, বাঁহী, ঊষা আৰু আৱাহনৰ লেখক। জন্ম তেজপুৰৰ ন-দুৱাৰত। দেউতাক বাণেশ্বৰ ভট্টাচাৰ্য্য আছিল পুলিচৰ ডাৰোগা। তেজপুৰ আৰু গুৱাহাটীত পঢ়া-শুনা কৰিছিল। হৰিবিলাস আগৰৱালাৰ ব্যৱসায়-সহযোগী। ৮৫ বছৰ বয়সত গুৱাহাটীত মৃত্যু হয়।

প্ৰকাশিত গ্ৰন্থ

[সম্পাদনা কৰক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )