লেখক:উইলিয়াম শ্বেইকছপীয়েৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
উইলিয়াম শ্বেইকছপীয়েৰ
(১৫৬৪–১৬১৬)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক উইলিয়াম শ্বেইকছপীয়েৰ আছিল এক ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়। তেওঁৰ সাহিত্য সম্ভাৰে ৩৮খন নাটক, ১৫৪টা চনেট, দুটা আখ্যানমূলক কবিতা, জন কম্ব আৰু এলিয়াছ জেমছ নামৰ মানুহ দুজনৰ কবৰৰ সমাধিবাণী (এপিটাফ) আৰু আন বহুতো কবিতাৰ এক বহুল পৰিসৰ সামৰি লয়। তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো সভ্য জীৱিত ভাষালৈ অনূদিত হৈছে আৰু আন কোনো নাট্যকাৰতকৈ অধিকবাৰ মঞ্চস্থ হৈছে।

শ্বেইকছপীয়েৰ সাহিত্যকৰ্মৰ অসমীয়া অনুবাদ[সম্পাদনা কৰক]


এই লেখকৰ ১ জানুৱাৰী ১৯২৮ তাৰিখৰ পূৰ্বে প্ৰকাশিত লেখাসমূহ বিশ্বজুৰী পাবলিক ড'মেইন বা ৰাজহুৱা ক্ষেত্ৰৰ আওতাভুক্ত হয় কিয়নো লেখকৰ মৃত্যু অতিকমেও ১০০ বছৰ পূৰ্বে হৈছে। পাছত প্ৰকাশ পোৱা অনুবাদ বা সম্পাদনা কপিৰাইটযুক্ত হ’ব পাৰে। মৰণোত্তৰ কাৰ্য্যসমূহ দেশ আৰু অঞ্চলভেদে প্ৰকাশৰ সময়ৰ ভিত্তিত কপিৰাইটযুক্ত হ’ব পাৰে।