মঞি সেবোহু ৰাম চৰণ দুজা
অৱয়ব
।। ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। মঞি সেৱহু ৰামচৰণ দুজা।
কাহে কৰহুঁ হামু আৱৰি পূজা।।
পদ।। ঘটে ঘটে ৰাম বিয়াপক হোই।
আতমা ৰাম বিনে নাহি কোই।।
চৈতন্য ছোড়ি কাহে জড় সেৱা।
ৰাম বিনে নাহি আৱৰ দেৱা।।
কহয় মাধৱ শুনহ নৰ লোই।
ৰাম বিনে কতি মুকুতি নাহোই।।