২,৪১২
টা সম্পাদনা
Ankan Deka (কথা-বতৰা | বৰঙণি) ("লিখক: গোপালদেৱ (১৫৪১-১৬১১) গীত ৷৷ ৰাগ শ্ৰীগান্ধাৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
{{header
| title = ভৱানীপুৰীয়া
| author = গোপালদেৱ
| translator =
| section =
| previous =
| next =
| year =
| portal =
| wikipedia = গোপালদেৱ
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
:::'''গীত৷৷'''
<poem>
আহে শুন মধুকৰ হে
বুজলো তোহাৰ অভিপ্ৰায় ৷
হামাৰি পাশক দূত কৰি তোক ষটপদ ৰে
জানলোহো পঠাইলা মধাই ৷৷
:::'''পদ ৷৷'''
কপটী তাহেৰ সম নাই ৷
তই যেন মধুকৰ পৰম দাৰুণ চিত্ত ৰে
পুষ্প চুম্পি নাস ৰে দুনাই ৷৷
সতিনীৰ কচুৰ কুঙ্কুম ছোৰত তোৰ হে
পৰশিৰি নাহি মোৰ পাই ৷
গোপীনীক প্ৰেম- ভকতি-ৰসে আকুল
দীন গোপাল গুণ গাই ৷৷
:::'''ঘোষা'''
মাধৱ মাধৱ প্ৰাণ
মাধৱ মাধৱ গুৰু ইষ্ট ৷
হেনয় জগত-গুৰু তোমাৰ চৰণ দুই
অনুদিনে প্ৰণামো
</poem>
|
টা সম্পাদনা