সমললৈ যাওক

সদস্য বাৰ্তা:Ankan Deka

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা
Latest comment: ১১ বছৰৰ পূৰ্বে by Anjal Borah

আপোনাৰ অৱদানৰ বাবে ধন্যবাদ৷ কিন্তু আপুনি কবিতাবোৰৰ শাৰীবিলাকৰ মাজৰ স্থানবোৰ মূলৰ দৰে একে ৰূপত দেখা পাবলৈ আন সদস্যই কেনেদৰে দিছে এবাৰ চাই ল'ব৷ তেতিয়া শাৰীবিলাক ভালদৰে দেখা পোৱা যাব৷ লগতে কপিৰাইট থকা লেখকৰ লেখাৰ ক্ষেত্ৰত ধ্যান দিব৷ ধন্যবাদ৷

Anjal Borah (talk) ১৮:০৭, ৩১ জানুৱাৰী ২০১৩ (IST)উত্তৰ দিয়ক