সমললৈ যাওক

বাৰ্তা:ফকৰা যোজনা সূচী অ-ঈ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা

ৱিকিউৎসৰ বাবে অপ্ৰয়োজনীয় বিষয়

[সম্পাদনা কৰক]

ৱিকিউৎস বা ৱিকিপিডিয়াত ফকৰা যোজনাসমূহ বৰ্ণানুক্ৰমিকভাৱে বিতংকৈ থাকিব নালাগে বুলি আগতে আলোচনা হৈছিল৷ উৎসত নিজে সৃষ্টি কৰা বিষয় ৰখা নহয়৷ লিখিত তথ্য বা প্ৰকাশিত গ্ৰন্থহে ইয়াত ৰখা হয়৷ সেয়ে, ৱিকিউৎসৰ পৰা ফকৰাযোজনাসমূহ আঁতৰাই দিয়াৰ কথা বিবেচনা কৰা হৈছে৷ সদাশয় সদস্যসকলে মতামত দিলে ভাল হয়৷ Pranamikaadhikary (বাৰ্তা) ২৩:৪৬, ২০ আগষ্ট ২০২৪ (IST)উত্তৰ দিয়ক

হয়, কোনো লেখকৰ নিৰ্দিষ্ট গ্ৰন্থহে ৱিকিউৎসত থাকে আৰু সকলো ফকৰা যোজনা আৰু জতুৱা ঠাঁচ যিহেতু ৱিকিউদ্ধৃতিলৈ স্থানান্তৰ কৰা হৈছে সেয়ে ফকৰা যোজনা আৰু জতুৱা ঠাঁচসমূহ উৎসত নাথাকিলেও হয়। যদি উৎসৰ পৰা পৃষ্ঠা কেইটা বিলোপ কৰা হয়, তেন্তে সকলো তথ্য উদ্ধৃতিলৈ নিয়া হ’ল নে নাই আকৌ এবাৰ পৰীক্ষা কৰি লোৱা উচিত। দিব্য দত্ত (বাৰ্তা) ২৩:৫৯, ২০ আগষ্ট ২০২৪ (IST)উত্তৰ দিয়ক