পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Ballerina ( 48 ) Bandolier a adj. উঠা-নমা কৰি থাকে আৰু পানী সােমােৱাটে। নিয়ন্ত্রণ কৰে। Ballerina (6969f31) n. a female ballct-dancer নাট্য-নৃত্য পটিয়সী। Ballet (cacao) n. an elaborate series of dances forming theatrical display নাটকৰ আদৰ্শত ৰূপ দিয়। এবিধ নৃত্য ; নাট্য- নৃত্য। Ballistic (বেলিষ্টিক) pertaining to projectiles ক্ষেপনাস্ত্র সম্পর্কীয় অথবা সেই বিজ্ঞান সম্পকীয়। --S'. . the theory of projectiles (79917 facta ; the means of propelling and controlling the night, direction and distance of projectile by explosion বিস্ফোৰণৰ সহায়ত ক্ষেপনাস্ত্র গতি, লক্ষ্য প্রভৃতি নিয়ন্ত্ৰণৰ উপায়। Balloon (বেলুন) ৫. ব্যোমযান, আকাশী ৰথ। Ballot (CAC) n. a little ball used in voting ভোট দিবৰ নিমিত্তে ব্যৱহাৰ কৰা গুটি (যেনে ঘট পৰীক্ষাৰ গুটি ), পলিয়ামেণ্ট সভাৰ মেম্বৰৰ ভোট ব!ছে!তে ব্যৱহাৰ কৰা ঘূৰণীয়। গুটি। —0. i. (for) to vote by ballot গােপনে ভোট স্থিৰ কৰ, গুটি Bamboozle (6777) v. t. to deceive $99 $, চকুত বালি মাৰ, ভুৱা দে, কণামুনা লগ।। Ban (বেন) n. a proclamation 91291; sen- tence of banishment দেশান্তৰী কৰা হুকুম ; interdict মানা, নিষেধ ; anathema অভিশাপ ; দোহাই। -0. f. to interdict or prohibit দোহাই দে, নিষেধ কৰ। Banal (69690) adj. commonplace তুচ্ছ । -lity n. triteness সাধাৰণ মানুহৰ কথা, চহ। কথা । Banana (বেনানে) n. কলগছ ফল (বিশেষকৈ জাহার্জী-কল )। Band (640) n. anything that binds 3*, পেটী। Hat-band=টুপীত গেৰোৱ। ফিতা। Waist-band=ককালী জৰী, টঙ্গালি, কমৰবন্ধ। Neck-band=গলাবন্ধ, কামিজ চেলাৰ কলাৰ। Band (বেণ্ড) n. a nuinber of persons bound together for any common purpose উমৈহতীয়াকৈ কোনো কাম কৰিবলৈ গেটখোৱ। দল, যেনে A band of robbers= ডকাইতৰ দল ; a body of musicians গানবাজনা কৰা জোৰা। master গানবাজনা কৰ দলৰ বায়ন। ~stand বাজনা বজাবলৈ আগে ওখকৈ বান্ধি দিয়। ঠাই । Bandstone—দেৱালৰ গাঁথনি । Bandage (বে’ণ্ডে} n. বেমাৰী মানুহৰ ঘা অদিত মেৰাই বন্ধ। কাপোৰ, পটী। --v. t. পটী বান্ধ। Bandit (Carol) n. an outlaw, a robber ডকাইত। «pl. Bandits or Banditti. Bandy (cafo) 0. l. to strike to and fro Ica- সিফালে কৰি কোব মাৰ (যেনে হক খেলত ); to give and receive (as blows, words etc.) কিলাকিলি বা উতৰ উতৰি কৰ, to discuss চর্চা কন, হুক হুনা কৰ। -- হকী-খেলত ব্যৱহাৰ কৰা অক্টোৰ। লাখুটি । Bandog (69259) n. a dog kept chained up as a watchdog or on account of its fero- city শিকলিৰে বান্ধি ৰখ। কুকুৰ। Bandolier (To'faata ) n. shoulder belt with small pockets for holding cartridges পিস্তলৰ গুলী থ’ৰ পৰা সৰু সৰু জেপেৰে সৈতে কান্ধত ওলােমাই ৰখা ফিট।। n Bailey bridge সোনকালে কৰা দলং; অথন্তৰত কৰা দলং। Ball () অণ্ড; মূখলি কথা; ফুচুং। Balm {ৰম্) a fragrant ointment সুগন্ধি ঔষধ ; anything that heals pain বিষ গুছোৱা দৰব ; a soothing influence vifautfuait for y adj. সুগন্ধি গাজুৰুৱা। Balneology (বেনিয়জী ) the science of curing disease by bath in mineral springs স্নান বিজ্ঞান পুঙৰ পানীত গা ধুই বেমাৰ ভাল। কৰ বিষয়ক বিজ্ঞান। Balsam (বলচন্) n. ডেমডেউক। ফুল ; a fragrant resinous product garen 21; a soothing agency তপ-গুচুৱা দৰব বা শক্তি। Baluster (বেলুস্টাৰ) n. মাজভাগ ওফোন্দ খাই থক। অ'ৰু ওপৰলৈ ক্রমে লাহী কৰি অনা গকী খুটা। -strade pl. Bamboo (বেম্বু) , a gigantic Indian reed with hollow jointed stem 11