পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Bake ( 47 ) Ball-cock Balefire ( বেলফায়াৰ) n. a beacon fire আহ্বান সুচক জুই ; অনেক ওচৰলৈ মাতিবৰ কাৰণে জ্বলোৱা সংকেতপূর্ণ মেজি; funeral pyre চিতাৰ

খং তােল যেনে, bullbaiting=ষড় খেদি খং তােলে।ৱ। খেল। -~-v. i. বটত জলপান খাবলৈ ৰ। Bake (670) v. t. to dry 7; to cook by the hcat of the sun or of fire 72, fordi ভাজ। -er ৰুটি ৱালা। Baker's dozen=তে। -ry ৰুটিখানা, ৰুট কৰা ঠাই। Balance (cacao) n. pair of scales 191, নিত্তি, তজু; surplus or the sum due on an account জমাখৰচৰ বাকী ; just proportion সমান অৱস্থা। --.t. to make cr]ual সমান কৰ; 10 weight in a balance 998 71 Cash- balance:== ফাজিল, বাকী জমা। Out-standing balance: গড়নিকাসী বাকী । Balance-sheet =ঈমাখৰ লিখা হিচাপৰ তালিক।। Balance of power=সমশক্তি, যুদ্ধৰ সময়ত দুয়ে। পক্ষৰ বল সমান ৰাখিবৰ নিমিত্তে ৰজাসকলৰ মিল। To be thrown off one's balance==ঢল খাই পুৰ, বিচলিত হ। To keep the balance even=1 ব্যৱহাৰ কৰ। 'To strike a balance= জমাখৰচৰ মিল কর, বা-খ:চ, কৰ। To tremble or hang in the balance =: অনিশ্চিত অৱস্থাত থাক, কি হয় নহয় একে। ঠিক নাই। Balcony (বেষ্ক নি) n. a platform projecting from the wall কোনো দেৱালৰ বা ঘৰৰ বেৰত লগাই আগবঢ়াই সজ। বাৰাণ্ড! ; অলিন্দ। Bald (789) adj. without hair on the head তপ।। -- less , তপা অৱস্থা। --head 091- মৃৰ।। -faced ঘেঁৰাৰ দৰে মুখত বগা চিথকা, ফেঁট।। -pate মূৰত পাখি নথকা এজাতি বনৰীয়। চৰাই। Baldachin (af) n. covering or canopy of silk bornc on four poles, carried over the Pope and over the Blessed ment পােপ প্রভৃতি ধর্মগুৰুসকলৰ ভ্ৰমণৰ সময়ত চাৰিটা খুটাৰ ওপৰত বান্ধি লৈ ফুৰা চন্দ্রাতপ ; a structure of stone or marble supported by four pillars over the alter conta 19990 চাৰিটা খুটাৰ সহায়ত তৰি থােৱা শিলৰ অথবা Balk, Baulk (4) n. a wooden plank used as a gangway ডোঙ। বান্ধি থকা পানীৰ ওপৰেদি পাৰ হ'ব পৰা সৰু সঁকো ; a principal beam in the house ঘৰৰ মূধচত লগােৱ। প্রধান stafa ; a division of billiard table from which the play begins বিলিয়াড খেলৰ মেজখনৰ এট। অংশ যাৰ পৰা খেল আৰম্ভ হয় ; piece of land left unploughed between furrows চহাই থোৱা মাটিৰ দুট। পাণিৰ মাজত থক। চাহ-নোযোৱা ঠাইকণ; a hindrance, obstacle, cause of delay অন্তৰায়, প্রতিবন্ধক, পলস হােৱাৰ কাৰণ। Ball ( বল) n. anything round কোনো ঘূৰণীয়া বস্তু, ঘূৰণীয়া ঢোপ ; any solid missile গুলি, তােপ। Ball of the eye=চকুৰ মণি বা পুতলী। To have the ball at one's feet - হাতৰ মুঠিত ৰাখ, আয়ত্তত ৰাখ। To keep the ball rolling= কোনো কথাত বকামত লাগি থাক। Ball ( বল্ ) n. dancing মেম-নাচ । Ballad (বেল্লাড) n. narrative poem in short stanzas এবিধ গীত ; কোনো এট। ঘটনা বা বিষয় লৈ কৰ! চুটি চুটি পদৰ গীত। { যেনে পুৰণ। ফুলকেঁৱৰৰ গাত )। -বৰদৈ গীত। মালিতা। Ballast (বেলাষ্ট) 1. a heavy weight em- ployed to render anything steady fecata চলিবৰ বা যাবৰ নিমিত্তে তলত ওলোমাই দিয়া বা পাৰি দিয়া গধুৰ বস্তু ( জাহাজত খাটে); gravel, broken stone etc. forming the bed of a railroad ৰেলৰ অলিবাটত পাৰি দিয়া শিল। ও টি আদি। train তেনেকুৱা শিগ কঢ়িওৱা a sacra- গাড়ী । মাৰ্বলৰ মূখ। Ball-cock (27 ** ) n. device for regulating inflow of water cistern, consisting of a floating ball, which rises or falls with the height of water, thereby. shutting or opening valve of pipe through which the water comes in পানীৰ পিপাত থকা নলীৰ ভিতৰৰ এট। গুটি-পানীৰ পৰিমাণ অনুযায়ী গুটিটো a Bale (বে) . bundle, a package 781, মুটৰি, বোজা। —v. to bale out water পানী সি'চ। –ful adj. full of sorrow দুর্দশীয়।